দূখ তোৰ আঙুলিৰ কোমল ভাঁজত আৱদ্ধ মোৰ ডাৱৰৰ গধূৰ টোপোলা। এবাৰ মাথো টিকিলিয়াই দে দূখবোৰ মোৰ চকুপানী হৈ এবাৰ মাথোঁ ববলৈ দে।
সুখ তোৰ আঙুলিৰ কোমল ভাঁজত আৱদ্ধ মোৰ হেপাহৰ নীল সৰোবৰ এবাৰ মাথো মুঠি খুলি দে আশাবোৰ মোৰ নৈ হৈ এবাৰ মাথোঁ ববলৈ দে।
Post a Comment
No comments:
Post a Comment