Wednesday, November 22, 2017

Sadness

দূখ
তোৰ আঙুলিৰ কোমল ভাঁজত আৱদ্ধ
মোৰ ডাৱৰৰ গধূৰ টোপোলা।
এবাৰ মাথো টিকিলিয়াই দে
দূখবোৰ মোৰ চকুপানী হৈ
এবাৰ মাথোঁ ববলৈ দে।

সুখ
তোৰ আঙুলিৰ কোমল ভাঁজত আৱদ্ধ
মোৰ হেপাহৰ নীল সৰোবৰ
এবাৰ মাথো মুঠি খুলি দে
আশাবোৰ মোৰ নৈ হৈ
এবাৰ মাথোঁ ববলৈ দে।

Thursday, January 19, 2017

The Light and the Darkness

You: Why don't you switch off the light?
Me: No...I like the sight.
You: Sight of the light?
Me: No...the sight that the light is the brightest thing in the dark.
You: So, you don't like the dark?
Me: No...I like the brightness that shadows the dark.
You: Hmmm...you never say "yes"?
Me: No...I said "yes" to the light.
You: And yet you said "no"!
Me: Yes...I said "yes" to the light!
[Note: Back to my "You & Me" series, finally!]